Assam Govt SchemesCitizen Self Service
Birth Certificate Download Online Process E District Assam
জন্মৰ প্ৰমাণ পত্ৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ নথি – ই চৰকাৰী আঁচনি, শিক্ষা, পাছপ’ৰ্ট, ভোটাৰ আইডি আৰু নাগৰিক অধিকাৰত সহায় কৰে। ই-জিলা পৰ্টেলৰ জৰিয়তে অসম চৰকাৰে এই প্ৰক্ৰিয়াটো ডিজিটেলাইজ কৰি কাগজ-পত্ৰৰ কাম হ্ৰাস কৰাৰ লগতে স্বচ্ছতা বৃদ্ধি কৰিছে।
How to download birth certificate Assam
সফল আবেদনৰ পিছত নাগৰিকে ই-জিলা অসম পৰ্টেলৰ পৰা জন্মৰ প্ৰমাণ পত্ৰৰ ডিজিটেল কপি ডাউনলোড কৰিব পাৰিব।
ডাউনলোড বিকল্প তেতিয়াহে উপলব্ধ হ’ব যেতিয়া আবেদন অনুমোদিত হয় আৰু প্ৰমাণপত্ৰ সংশ্লিষ্ট বিভাগে সৃষ্টি কৰে।
e-District Assam Portal Account Create
e-District Assam Portal এতিয়াও নতুন Id Create হোৱা নাই। পুৰণি User ID Password ব্যৱহাৰ কৰি New Birth Certificate Apply কৰিব পাৰে আৰু ইয়াক Downloadও কৰিব পাৰে।
Online Application for Birth Certificate Assam
- Screen Name আৰু Email Id Enter কৰি Login কৰি ‘Apply for Birth Certificate’ বিকল্প নিৰ্বাচন কৰক।
- প্ৰয়োজনীয় আৱেদন প্ৰ-পত্ৰ পূৰণ কৰক: জন্মস্থান, পিতৃ-মাতৃৰ নাম, ঠিকনা, জন্ম তাৰিখ ইত্যাদি।
- সকলো প্ৰয়োজনীয় নথিপত্ৰ স্কেন কৰি আপলোড কৰক।
- Application Submit কৰিব আৰু ডাউনলোড/প্ৰিণ্ট কৰিব। Applicatiopn Number সুৰক্ষিত ৰাখক।
Document required to apply for birth certificate online?
- শিশুৰ জন্মৰ প্ৰমাণ চিকিৎসালয়ৰ / স্কুলৰ প্ৰমাণ পত্ৰ
- অভিভাৱকৰ প্ৰমাণ (আধাৰ, ভোটাৰ আইডি, পেন বা পাছপ’ৰ্ট)
- গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ
- আবেদন পত্ৰ (যথাযথভাৱে পূৰণ কৰা)
E District Birth certificate online apply fees
- পৰ্টেলত আবেদন বিনামূলীয়া (আবেদন মাচুল – NIL)
- যদি আপুনি কমন চাৰ্ভিচ চেণ্টাৰ (CSC) বা ফেচিলিটেচন চেণ্টাৰৰ পৰা আবেদন কৰে:
- চাৰ্ভিচ চাৰ্জঃ ৩০ টকা
- প্ৰিন্টিং চাৰ্জঃ প্ৰতি পৃষ্ঠাত ১০ টকা (তাত প্ৰিন্ট কৰিলে)
- স্কেনিং চাৰ্জঃ প্ৰতিটো নথিপত্ৰৰ বাবে ৫ টকা (যদি আপুনি তাত স্কেন কৰে)
Check Application Status Birth Certificate Assam
- e-District Assam Portal Login কৰি, ট্ৰেক এপ্লিকেচন’ বা ‘চেক ষ্টেটাছ’ অংশত এপ্লিকেচন নম্বৰ Enter কৰি আপোনাৰ এপ্লিকেচনৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব।
- আপুনি এছএমএছ/ইমেইল আৰু পৰ্টেল নটিফিকেচনৰ জৰিয়তেও আপডেট পাব।
Birth Certificate Download Process in E District Assam
- Application Approve হলে ‘View/Download Certificate’ Link Active হ’ব।
- Verificationৰ পাছত PDF ৰূপে Birth Certificate Download কৰক।
- এই কপি ডিজিটেল ৰূপে ব্যৱহাৰ কৰিব পাৰিব।




