Driving Licence Link With Aadhaar Card Assam / Update Mobile Number in Driving Licence
অসমত ২০২৫ চনত ড্ৰাইভিং লাইচেন্সৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ আৰু ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰ আপডেট কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া
Assam Parivahan প’ৰ্টেলত মোবাইল নম্বৰ আৰু আধাৰ ডিটেইলছ আপডেট কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এতিয়া অসমীয়াত উপস্থিত৷ Assam Transport Departmentৰ অনলাইন সেৱাৰ জৰিয়তে আপোনালোকে নিজ গাড়ী অথবা ড্রাইভিং লাইচেন্সত মোবাইল আৰু আধাৰ ডিটেইলছ অনায়াসে আপডেট কৰিব পাৰে৷ অসমৰ সকলো লাইচেন্সধাৰীক আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে নিজৰ ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰ আধাৰ authenticationৰ জৰিয়তে অনলাইন যোগ/আপডেট তথা নিশ্চিত কৰে। যদি নম্বৰ পুৰণি, সলনি কৰা বা কনফাৰ্ম নহয়, তেন্তে আপুনি একেবাৰে Parivahan.gov.in-ত গ’ই আধাৰ authenticationৰে ফ্ৰি ক্ষেত্ৰত আপডেট কৰিব পাৰে৷
Assam-ত ড্ৰাইভিং লাইচেন্সৰ সৈতে মোবাইল নম্বৰ আৰু আধাৰক আপডেট কেনেকৈ কৰিব?
ডিজিটেল ইণ্ডিয়াত চৰকাৰে গাড়ী, লাইচেন্স আদিৰ সকলো সেৱা অনলাইন কৰিছে। লাইচেন্স, চালান বা যিকোনো জাননী, govt alert, subsidy আদি আপোনাৰ মোবাইলত আহে—ইয়াৰ বাবে সঠিক নম্বৰ registration অত্যন্ত প্ৰয়োজনীয়।
অনলাইন লাইচেন্সৰ সৈতে Aadhaar আৰু Mobile নম্বৰ আপডেট প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পৰিচয়
অসম ৰাজ্যত বাহনৰ সংক্রান্ত সকলো সম্পৰ্কীয় তথ্য, ড্ৰাইভিং লাইচেন্স আদি আপডেট কৰিবলৈ এতিয়া (RTO)লৈ যোৱাৰ প্ৰয়োজন নাই। Parivahan.gov.in জৰিয়তে কিছু মিনিটতে মোবাইল নম্বৰ আৰু আধাৰ ডিটেইলছ আপডেট কৰিব পাৰি৷
অনলাইন ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰ আৰু আধাৰ আপডেট প্ৰক্ৰিয়া Step by Step
- https://sarathi.parivahan.gov.in/sarathiservice/mobNumUpdpub.do ত যাওক বা Parivahan Sewa প’ৰ্টেল খুলক।
- Assam ৰাজ্য নিৰ্বাচন কৰক।
- Driving Licenseৰ বিভাগত Mobile Number Update Select কৰক।
- Driving Licence number, Date of Birth, DL Holder’s Last Transaction State, Captcha দিব আৰু submit কৰিব।
- নতুন মোবাইল নম্বৰ দিব, আধাৰ authenticationৰ অপছনত Click কৰিব।
- আধাৰত সংযুক্ত নম্বৰত OTP আহে—OTP দিব আৰু submit কৰিব।
- Update Success হলে confirmation SMS/email/Notificationপাব।

ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰ আৰু আধাৰ আপডেট কৰাৰ সুবিধাসমূহ
- যিকোনো কাৰ্যালয় বা RTOলৈ যোৱাৰ পৰা ৰেহাই।
- OTP দ্বাৰা নম্বৰ ভেৰিফাই কৰি তৎক্ষণাত আপডেট।
- লাইচেঞ্চ, যানবাহন বাহন ownership, renewal, transferত direct notification মোবাইলত পাব।
- চৰকাৰী যোজনাৰ, subsidy আৰু গুৰুত্বপূর্ণ alert সহজে মোবাইলত পোৱা যায়।
ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰ আৰু আধাৰ আপডেট কৰাৰ কাৰণ
- যদি আপুনি মোবাইল নম্বৰ সলাইছে।
- যদি আপোনাৰ পুৰণি নম্বৰটো বন্ধ হৈছে।
- RTO আৰু চৰকাৰী জাননী Notification পাবলৈ।
আধাৰক ড্ৰাইভিং লাইচেন্সৰ লগত সংযোগ কৰাৰ সুবিধা
- প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ এটা অনুজ্ঞাপত্ৰই প্ৰৱঞ্চনা দূৰ কৰাত সহায় কৰে।
- আধাৰ-সংযুক্ত অনুজ্ঞাপত্ৰসমূহে চেকপইণ্টত ডিজিটেল পৰীক্ষণক সহজ কৰি তোলে।
- আবেদনকাৰীয়ে নবীকৰণ, ঠিকনা পৰিবৰ্তন, আৰু অন্যান্য সেৱা অনলাইনত আবেদন কৰিব পাৰে।




